- 16
- 1 023 185
Lohit Rohit Official
Приєднався 30 січ 2019
Music Can Heal You ❤️❤️❤️
APSORA (MONSENG 25) | Simanta Shekhar | Nilakshi Neog | Lohit Rohit | New Bihu song 2025.
APSORA (MONSENG 25) | Simanta Shekhar | Nilakshi Neog | Lohit Rohit | New Bihu song 2025.
Audit Credits
Album - MONSENG-25
SONG - APSORA
SINGER - SIMANTA SHEKHAR/NILAKSHI NEOG
LYRICS/MUSIC -DR. LOHIT ROHIT
MIX & MASTER - JINTU BORDOLOI
CHORUS SINGER - SARATH NEEL, RAJIB SHANY
PALLAV BHARALI, PRONAMI SARMA AND TANUSHREE DEVI
MUSICIANS -
KAILASH RABHA, DEBESWAR SAIKIA, DIPKESH BORGOHAIN, LACHIT BARUAH AND PITI BORA
RECORDED AT DREAMS STUDIO BY RIPUNJAY SHARMA
CHOWRAK STUDIO BY BIKRAM CHOWRAK
ART WORK - HARISH RANJAN
VIDEO DESIGNED BY TILOK RANJAN
Tazashree Presents
ড° লোহিত ৰোহিতৰ - মনচেং ২০২৫ বিহুগীত
সীমান্ত শেখৰ আৰু নীলাক্ষি নেওগৰ কন্ঠত - অপ্সৰা
কথা/সুৰ/সংগীত - ড° লোহিত ৰোহিত
শব্দ সংমিশ্ৰণ - জিন্তু বৰদলৈ
সহ: শিল্পী - শৰৎ নীল, ৰাজীৱ চানী, পল্লৱ ভৰালী
প্ৰণামী শৰ্মা,তনুশ্ৰী দেৱী
বাদ্য শিল্পী -
কৈলাশ ৰাভা, দেৱেশ্বৰ শইকীয়া লাচিত, দ্বীপকেশ বৰগোহাঁই, লাচিত বৰুৱা আৰু পিতি বৰা ।
বাণীবদ্ধক -
ৰিপুঞ্জয় শৰ্মা (ড্ৰিমছ ষ্টুডিঅ')
বিক্ৰম চাউৰক
আৰ্টৱৰ্ক : - হৰিষ ৰঞ্জন
ভিডিঅ'ডিজাইন: - তিলক ৰঞ্জন
বিশেষ কৃতজ্ঞতা
অতুল গগৈ
পুণ্য গগৈ
তৰুণ গগৈ
ভাস্কৰজিত গগৈ
মণি বৰা
জুৰি বৰা
অবিনাশ বৰা
জ্যোতি ৰঞ্জন বৰুৱা
জোনটি ফুকন
ৰক্ত প্ৰতীম
Lyrics ✍️
যোজনা
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ল'ৰা -
ইমান ধুনীয়া
চালে চকু ৰোৱা ২
সোণ বৰণীয়া
তোমাৰ ৰূপ যৌৱন
কিযে বিতুপন
দেখি হয় মন চঞ্চল
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ছোৱালী -
ইমান মিঠা মিঠা
চলাহি তোমাৰ কথা ২
মন মোহনীয়া
তোমাৰ জীয়া যৌৱন
কিযে আৱেদন
দেখি হয় মন উচাতন
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
দেখা পালোঁ ৰাজকুমাৰ মনে বিচৰা
ৰাজকুমাৰ যেন মনে বিচৰা
অন্তৰা-
ল'ৰা -
ইমান মৰম লগা
হিয়া মন জুৰুৱা
মন উৰণীয়া
তোমাৰ এই আভৰণ
কিযে আলোড়ন
কেনেকৈ বাৰু লওঁ যতন
মনচেং ঐ কেনে লাগিছে জানা
তোমাৰ মৰম পাই এনুৱা
পৰজনমৰে যেন মৌবৰষা/পৰজনমৰে যেন লগৰীয়া
ছোৱালী -
কিমান গুণাগথাঁ
যেন জোনাকভৰা ২
সপোন সাতোৰঙীয়া
তোমাৰ এই আৱাহন
পলে প্ৰতিক্ষণ
সঁচা আৱেশৰ উদাহৰণ
মনচেং ঐ কেনে লাগিছে মোৰো জানা
তোমাক পোৱাৰে পৰা
তোমাৰ বাদে একোৱেই হ'ল ভাল নলগা
#new_bihu_song
#assamesemusic
#nilakshi_neog_bihu
#nilakshi_neog_new_song
#simantashekhar
#simantasekhar_new_song
#assamese_viral_video
#bihu_2025
#monseng
#latest_assamese_bihu_song
#bihu_song_new
#new_bihu_song
#assamese_song_new
#new_assamese_song_2025
Audit Credits
Album - MONSENG-25
SONG - APSORA
SINGER - SIMANTA SHEKHAR/NILAKSHI NEOG
LYRICS/MUSIC -DR. LOHIT ROHIT
MIX & MASTER - JINTU BORDOLOI
CHORUS SINGER - SARATH NEEL, RAJIB SHANY
PALLAV BHARALI, PRONAMI SARMA AND TANUSHREE DEVI
MUSICIANS -
KAILASH RABHA, DEBESWAR SAIKIA, DIPKESH BORGOHAIN, LACHIT BARUAH AND PITI BORA
RECORDED AT DREAMS STUDIO BY RIPUNJAY SHARMA
CHOWRAK STUDIO BY BIKRAM CHOWRAK
ART WORK - HARISH RANJAN
VIDEO DESIGNED BY TILOK RANJAN
Tazashree Presents
ড° লোহিত ৰোহিতৰ - মনচেং ২০২৫ বিহুগীত
সীমান্ত শেখৰ আৰু নীলাক্ষি নেওগৰ কন্ঠত - অপ্সৰা
কথা/সুৰ/সংগীত - ড° লোহিত ৰোহিত
শব্দ সংমিশ্ৰণ - জিন্তু বৰদলৈ
সহ: শিল্পী - শৰৎ নীল, ৰাজীৱ চানী, পল্লৱ ভৰালী
প্ৰণামী শৰ্মা,তনুশ্ৰী দেৱী
বাদ্য শিল্পী -
কৈলাশ ৰাভা, দেৱেশ্বৰ শইকীয়া লাচিত, দ্বীপকেশ বৰগোহাঁই, লাচিত বৰুৱা আৰু পিতি বৰা ।
বাণীবদ্ধক -
ৰিপুঞ্জয় শৰ্মা (ড্ৰিমছ ষ্টুডিঅ')
বিক্ৰম চাউৰক
আৰ্টৱৰ্ক : - হৰিষ ৰঞ্জন
ভিডিঅ'ডিজাইন: - তিলক ৰঞ্জন
বিশেষ কৃতজ্ঞতা
অতুল গগৈ
পুণ্য গগৈ
তৰুণ গগৈ
ভাস্কৰজিত গগৈ
মণি বৰা
জুৰি বৰা
অবিনাশ বৰা
জ্যোতি ৰঞ্জন বৰুৱা
জোনটি ফুকন
ৰক্ত প্ৰতীম
Lyrics ✍️
যোজনা
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ল'ৰা -
ইমান ধুনীয়া
চালে চকু ৰোৱা ২
সোণ বৰণীয়া
তোমাৰ ৰূপ যৌৱন
কিযে বিতুপন
দেখি হয় মন চঞ্চল
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
সাইলাখ দেখা পালোঁ যেন অপ্সৰা
ছোৱালী -
ইমান মিঠা মিঠা
চলাহি তোমাৰ কথা ২
মন মোহনীয়া
তোমাৰ জীয়া যৌৱন
কিযে আৱেদন
দেখি হয় মন উচাতন
মনচেং ঐ কেনে লাগিছিল জানা
তোমাক প্ৰথম দেখাৰে দিনা
দেখা পালোঁ ৰাজকুমাৰ মনে বিচৰা
ৰাজকুমাৰ যেন মনে বিচৰা
অন্তৰা-
ল'ৰা -
ইমান মৰম লগা
হিয়া মন জুৰুৱা
মন উৰণীয়া
তোমাৰ এই আভৰণ
কিযে আলোড়ন
কেনেকৈ বাৰু লওঁ যতন
মনচেং ঐ কেনে লাগিছে জানা
তোমাৰ মৰম পাই এনুৱা
পৰজনমৰে যেন মৌবৰষা/পৰজনমৰে যেন লগৰীয়া
ছোৱালী -
কিমান গুণাগথাঁ
যেন জোনাকভৰা ২
সপোন সাতোৰঙীয়া
তোমাৰ এই আৱাহন
পলে প্ৰতিক্ষণ
সঁচা আৱেশৰ উদাহৰণ
মনচেং ঐ কেনে লাগিছে মোৰো জানা
তোমাক পোৱাৰে পৰা
তোমাৰ বাদে একোৱেই হ'ল ভাল নলগা
#new_bihu_song
#assamesemusic
#nilakshi_neog_bihu
#nilakshi_neog_new_song
#simantashekhar
#simantasekhar_new_song
#assamese_viral_video
#bihu_2025
#monseng
#latest_assamese_bihu_song
#bihu_song_new
#new_bihu_song
#assamese_song_new
#new_assamese_song_2025
Переглядів: 160 922
Відео
LIHIRI LIHIRI (MONSENG-25) Nilakshi Neog | Lohit Rohit | New Bihu song- 2025 | Latest Assamese bihu
Переглядів 71 тис.14 днів тому
LIHIRI (MONSENG-25) Nilakshi Neog | Lohit Rohit | New Bihu song- 2025 | Latest Assamese bihu Audit Credits Album: Monseng Song: Lihiri Lihiri (female version) Singer: Nilakshi Neog Lyrics/Music:Dr. Lohit Rohit Mix and Master: Jintu Bordoloi Chorus singer: Pronami Sharma, Swarnali Aaideo,Tanushree Devi Musicians: Kailash Rabha, Debeswar Saikia, Dipkesh Borgohain, Lachit Baruah, Piti Borah ,Manas...
ROI ROI MONSENG-25 | Achurjya Borpatra| Lohit Rohit |Austriyana Dihingia | New Bihu Song-2025.
Переглядів 139 тис.21 день тому
ROI ROI (MONSENG-25) | Achurjya | Swarnali | Lohit Rohit | Nawin | Austriyana | New Bihu Song-2025. Audio Credits এলবাম- মনচেং গীত- ৰৈ ৰৈ কন্ঠশিল্পী- আচুৰ্য বৰপাত্ৰ আৰু স্বৰ্ণালী আইদেউ কথা/সুৰ/সংগীত - ড° লোহিত ৰোহিত শব্দ সংমিশ্ৰণ - জিন্তু বৰদলৈ সহ: শিল্পী - শৰৎ নীল, ৰাজীৱ চানী,তনুশ্ৰী দেৱী বাদ্য শিল্পী - কৈলাশ ৰাভা, লাচিত বৰুৱা, বিশ্বজিৎ গগৈ,পিতি বৰা আৰু জ্যোতি ৰঞ্জন বৰুৱা। বাণীবদ্ধক -ৰিপু মহন ...
ROI ROI (Monseng 25) Promo Achurjya Borpatra | Swarnali | Lohit Rohit||Nawin | Austriyana | Palash
Переглядів 50728 днів тому
ROI ROI (Monseng 25) Promo Achurjya Borpatra | Swarnali | Lohit Rohit||Nawin | Austriyana | Palash Singer ACHURJYA BORPATRA SWARNALI AAIDEO LYRICS/MUSIC DR . LOHIT ROHIT MIX MASTER JINTU BORDOLOI VIDEO DIRECTOR PALASH PAUL DOP/EDITING TILOK RANJAN *ING NAWIN DEWRI AUSTRIYANA DIHINGIA #Monseng_2025 #new_bihu_song
TOMAR AAGOMONI | Nilakshi Neog | Lohit Rohit | Pulak Nath | New Assamese Song .
Переглядів 181 тис.2 місяці тому
TOMAR AAGOMONI | Nilakshi Neog | Lohit Rohit | Pulak Nath | Diganta B | New Assamese Song . Audio Credits Singer Nilakshi Neog Lyrics/ Music Composer Dr. Lohit Rohit Music Pulak Nath Mix & Master Diganta Bordoloi Voice Dubbed By Bikram Chowrok Lyrics ✍️ স্হায়ী- ভালপোৱা কিমান গভীৰ হ'লে । আকলুৱা জেউতি চৰে ।। সোণসেৰীয়া আৱেগৰ তৃষ্ণা ।।। মায়াময় সপোনেৰে ভৰা ।।।। জোনাকী জোনাকী আৱেশৰে চিনাকি চিনাকি...
Tomar Aagomoni {Promo} Nilakshi Neog | Lohit Rohit | Pulak Nath | New assamese Song
Переглядів 7212 місяці тому
Tomar Aagomoni {Promo} Nilakshi Neog | Lohit Rohit | Pulak Nath | New assamese Song Singer - Nilakshi Neog Lyrics/ Music Composer - Dr. Lohit Rohit Music - Pulak Nath Mix & Master - Diganta Bordoloi Lyrical video Editor - Tilok Ranjan Art Work - Zonak Yugantar Borah Abhigyan Dutta Saurabh Das #Assamese_song_coming_soon #song_for_you #nilakshi_neog_new_song #promo #tomar_agomoni
ON THE SPOT
Переглядів 823 місяці тому
ON THE SPOT #assamese_reels #Lohit_rohit #pulak_nath #nilakshi_neog #priyanka_bharali #tilok_ranjan
BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song
Переглядів 355 тис.4 місяці тому
BHAKTIR SAGAR | Achurjya Barpatra | Kamala Gogoi | Lohit Rohit | Assamese Bhakti Mulak Song Tazashree Present's গীত - ভক্তিৰ সাগৰ কন্ঠ শিল্পী - আচুৰ্য বৰপাত্ৰ কথা-সুৰ - দিহা সম্ৰাট কমলা গগৈ সংগীত - ড° লোহিত ৰোহিত শব্দ সংমিশ্ৰণ- জিন্টু বৰদলৈ সহ: -শিল্পী - ৰূপম বৰা, ৰাজীৱ চানী বাদ্য শিল্পী: কৈলাশ ৰাভা দেৱেশ্বৰ শইকীয়া নিৰ্মল দাস জি. কে. মাইনা পিতি বৰা গৌতম শইকীয়া বাণীবদ্ধক ৰিপু মহন (ৰাজ মিউজিক...
BHAKTIR SAGAR (OFFICIAL PROMO)|ACHARJYA BARPATRA|KAMALA GOGOI|LOHIT ROHIT| DEVOTIONAL SONG
Переглядів 4324 місяці тому
BHAKTIR SAGAR (OFFICIAL PROMO)|ACHARJYA BARPATRA|KAMALA GOGOI|LOHIT ROHIT| DEVOTIONAL SONG
SANKAR MADHAV|JYOTIRADITYARAJ||KAMALA GOGOI|LOHIT ROHIT| NEW ASSAMESE DEVOTIONAL SONG
Переглядів 106 тис.4 місяці тому
Audio Credits Song=SANKAR-MADHAV Singer- JYOTIRADITYARAJ KONWAR Lyrics - DIHA SAMRAT KAMALA GOGOI Music - DR. LOHIT ROHIT Mix & Master -JINTU BORDOLOI Chorus Vocal -Sarath Neel, Rukundra Madhav Musicians - Parameshwar Basumatary, Debeswar Saikia, Nirmal Das, Pankaj Boarh,Pity Borah and G.K.Maina Vocal Tuned By Manash Antaranga Recorded At Raj Music studio By Ripu Mohan Art Work & Lyrical by H.R...
Bhal Lage by LOHIT ROHIT /PAPORI BARUAH ||
Переглядів 3944 роки тому
Song : Bhal Lage Singer :LOHIT ROHIT / Papori Baruah Lyrics :Manuranjan Gogoi /S. B. Binita Tune :Manuranjan Gogoi Music :LOHIT ROHIT Mixed & Mastered by Suman Baruah Lyrical Video by Tushar Gohain Song released year 2013
Dikshu ||Lohit Rohit ||Artanad ||Assamese Movie
Переглядів 1494 роки тому
Dikshu ||Lohit Rohit ||Artanad ||Assamese Movie
Bohagi new Assamese Bihu song ||Rupankrita ||Alankrita ||Lohit Rohit ||
Переглядів 20 тис.5 років тому
Bohagi new Assamese Bihu song ||Rupankrita ||Alankrita ||Lohit Rohit ||
Bahut dhuniya dhuniya hoise ❤️
Thank you so much
সুন্দৰ
Thank you so much
Sikhor kai
New year t aituwei only one bihu song palu aru de❤🎉😮.. Baki bilak sob g**ta... 😅
Thank you so much
So beautiful so elegant just looking like a wow 😊😊😊
Thank you so much
Hundor ❤️
Thank you so much
Bht dhuniya hoise dei gan2❤❤
Thank you so much
Bor dhuniya hoise 🥰
Thank you so much
পুৰণি বিহুবোৰৰ দৰে লাগিছে, খুবেই সুন্দৰ হৈছে গীতটো❤
Thank you so much
Bor dhunia lagise,agor song bur loi monot pori goise
Thank you so much
মই বহুত বাৰ শুনিলো কিন্তু তথাপিও হেঁপাহ নাই পলোৱা বহুত বহুত মৰম নীলাক্ষি নেওঁগ বা লৈ 💕💐
আন্তৰিক ধন্যবাদ ❤️❤️❤️
Bohut hundor gan 👍🔥🔥🎼val lagil huni 😊
Thank you so much
really incurable song .
Mojjah 🎉
Thank you so much
2025hit song aggar dara lagisa song tu mojja
Thank you so much
Bohut hundor hoise dei.
Thank you so much
Dhuniya lagile gan tu huni
Thank you so much
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
ভাল লাগিল 🙏🙏
Bohut Bohut Vlll lagil Bihu Geet Tu❤❤❤❤❤
Thank you so much
Ajihe bihu geetor huwad paisuge..❤❤❤
Thank you so much
Bhu dinr paasot ankwa ata gan hunisu de vl lgil hur voice hkolu...
Thank you so much
Mojaaaa🎤🎤🔥🔥🔥🔥🔥🔥🔥🔥🔥
Thank you so much
Simantada ganar manuh ❤❤❤
Thank you so much
Bihut nilakhi ba voice mein
Exactly Thank you so much
Proud of you dost
Thank you so much dear Dosti ❤️☀️❤️❤️❤️❤️❤️❤️❤️❤️
Nilakhi baa juii
Thank you so much
Wow nice ❤❤❤❤
Thank you so much
নতুন বিহু গীত হলে কথা সুৰ মিউজিক এনেকুৱা হব লাগে ❤ ইমানে ভাল লাগিছে শুনি কবলৈ ভাষা বিচাৰি পোৱা নাই । তাতে আকৌ কেছেৰ দিনৰ ছিংগাৰ সীমান্ত শেষৰ আছে, বাঁহী, ঢোল কৈলাশ ৰাভা আছে দেৱেশ্বৰ শইকীয়া আছে আৰু ভাল লাগিছে শুনি 😮❤❤❤❤❤❤ nilakshi neog বাৰ কথা কবলৈ ভাষা নাই নতুন প্ৰজন্ম ভিতৰত ভইচ টো ধুনীয়া মোৰ বহুত ভাল লাগে nillakshi neog বাৰ গীত বোৰ শুনি
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ পৰিশ্ৰমক সাৰ্থক কৰিছে।
🤗🥰
গীত টো শুনি শুনি হেঁপা পলোৱা নাই এতিয়াও শুনি আছোঁ। কেছেটৰ বিহু গীত বোৰৰ নিছিনা লাগিছে শুনি । ভিচিডি কেছেটৰ দিন বোৰ আকৌ ঘুৰি অহা যেন লাগিছে,,,,,, ❤❤❤❤
অলেখ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ পৰিশ্ৰমক সাৰ্থক কৰিছে।
অলেখ ধন্যবাদ জনাইছোঁ।
ইমান ধুনীয়া লাগিছে গান টো বহুত বাৰ শুনিলো এতিয়ালৈকে ❤ আগৰ অপ্সৰা খনৰ লে মনত পৰি গল❤❤ভাল লাগিছে সচাকে
আন্তৰিক ধন্যবাদ ❤️❤️❤️❤️❤️
Huni huni hepah Molokai sun ❤
Thank you so much
Nilakhi baa voice so sweet ❤❤❤
Thank you so much
#অপ্সৰা ❤
আন্তৰিক ধন্যবাদ
Dhunia hoise
Thank you so much
Simanta Da Mat Realt jenekua Song sam tenekuai 😊😊😊 Miss koru Apshara song bur🙂🙂
Thank you so much
❤❤
আন্তৰিক ধন্যবাদ ❤️❤️❤️
অতিতৰ গান বোৰলৈ ঘূৰাই লৈ গৈছে, ধুনীয়া
আন্তৰিক ধন্যবাদ ❤️❤️❤️
❤❤
Thank you so much
Excellent
Thank you so much
Bohut Val lagil xuni bohut xundor Bihu geet❤❤❤
অসমৰ কোনো শিল্পীৰ কণ্ঠ সীমান্ত শেখৰৰ নিচিনা হব নোৱাৰে চিৰন্তন সত্য, লাগিলে জুবিন গাৰ্গেই নহওঁক কিয়?
Atyaloike 50 koi uport hunisu Hosakoi emn dhuniya😍💘❤
Thank you so much
Crush জনীৰ বাবে শুনিছো দুতলীয়া দালাল তোৰ বাবে play কৰা নাই 😅😅
জোনবাই যেন আকৌ ঘূৰি আহিল❤️
Thank you so much
উফ কলিজা কঁপাই গল❤
Thank you so much
Ako abar
Thank you so much
Aijoi kolija ❤❤
Thank you so much
Uff❤
Thank you so much
সুন্দৰ ❤❤❤
Thank you so much