- 9
- 1 178 682
Rajveer
Приєднався 23 лют 2022
Only Music ❤️🙏🌻🤗🍁🌻
SITHI | Rajveer | Assamese Music Video
Audio Credits
Lyrics & Composition - Raj veer
Arrangements & Sound Engineering - Rishiraj Basu
Visual Credits
Casts
Priyabrata Sen
Debalina Dey
Shayani Boliar
Sampreeth Banerjee
Concept & Direction
Raj veer
Dop, Editor,Colorist - Soubik Debnath
Assistant Dop - Dev K Das
Graffer - Soumodip Karmakar
Art - Sampreeth Banerjee
Bts - Samdipto Mukhopadhyay
Produced by - Mrinmoy Dohutia
Ep - Samaresh Das
Line Production
Prasenjit Rajak
Chiranjit Rajak
Village
Chirugora
Special Thanks
Mohul Chakraborty
Rupashree Phukan
চিঠি
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ×২
তোমাৰ বাবেই মোৰ গানৰ চোতালত
পুৱতি চৰায়ে মনগীত জুৰে
তোমাৰ বাবেই তো মুকলি আকাশত
ভাঙি পৰা সপোনেও ডেউকা মেলে × ২
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
যেতিয়া কপালতে তুমি
আঁকি লোৱা সেন্দুৰিয়া বেলি
খোপাতে নামিব যেন আহি
এটি মধুৰ কোমল আবেলি
কঙালিটো যেতিয়া পিন্ধিলোৱা হাঁহি,
কিদৰে বুজাও সোণ, এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
সচায়ে যদি হয় প্ৰিয়
পুনৰ জনমৰ কাহিনী
অহাবেলি মোৰ কপালতে
তুমি ৰঙা ৰং সানি দিবাহি
তথাপিও জানো হব পাৰিম
তোমাৰ দৰে লগৰী
লিখিলো আৱেগৰে চিঠি
এটুকুৰা সঁচা অনুভূতি
কঙালিতো যেতিয়া পিন্ধিলোৱা হাঁহি
কিদৰে বুজাও সোণ এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ।।
Lyrics & Composition - Raj veer
Arrangements & Sound Engineering - Rishiraj Basu
Visual Credits
Casts
Priyabrata Sen
Debalina Dey
Shayani Boliar
Sampreeth Banerjee
Concept & Direction
Raj veer
Dop, Editor,Colorist - Soubik Debnath
Assistant Dop - Dev K Das
Graffer - Soumodip Karmakar
Art - Sampreeth Banerjee
Bts - Samdipto Mukhopadhyay
Produced by - Mrinmoy Dohutia
Ep - Samaresh Das
Line Production
Prasenjit Rajak
Chiranjit Rajak
Village
Chirugora
Special Thanks
Mohul Chakraborty
Rupashree Phukan
চিঠি
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ×২
তোমাৰ বাবেই মোৰ গানৰ চোতালত
পুৱতি চৰায়ে মনগীত জুৰে
তোমাৰ বাবেই তো মুকলি আকাশত
ভাঙি পৰা সপোনেও ডেউকা মেলে × ২
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
যেতিয়া কপালতে তুমি
আঁকি লোৱা সেন্দুৰিয়া বেলি
খোপাতে নামিব যেন আহি
এটি মধুৰ কোমল আবেলি
কঙালিটো যেতিয়া পিন্ধিলোৱা হাঁহি,
কিদৰে বুজাও সোণ, এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি
সচায়ে যদি হয় প্ৰিয়
পুনৰ জনমৰ কাহিনী
অহাবেলি মোৰ কপালতে
তুমি ৰঙা ৰং সানি দিবাহি
তথাপিও জানো হব পাৰিম
তোমাৰ দৰে লগৰী
লিখিলো আৱেগৰে চিঠি
এটুকুৰা সঁচা অনুভূতি
কঙালিতো যেতিয়া পিন্ধিলোৱা হাঁহি
কিদৰে বুজাও সোণ এয়াইতো মোৰ
জীৱন বিলাসী
মোৰ ভাগৰুৱা জীৱনৰ
ভীষণ সাহসী লগৰী
তুমি প্ৰতিটো শীতৰ
পুৱাৰ উমাল ৰদালি ।।
Переглядів: 25 746
Відео
LOTHONGA ONUBHUTI || RAJVEER || ASSAMESE OFFICIAL MUSIC VIDEO
Переглядів 13 тис.Місяць тому
#LOTHONGAONUBHUTI So it’s a single-take music video. We planned to do this with a DIY helmet-mounted camera for the FPV perspective. We have acted the whole thing 6 times for the final shot. Thanks to the team for their patience and perfection. Audio Credit Lyrics & composition - Raj veer Music Design & Arrangement - Mohul Chakraborty (Dodo) Keyboard - Debmalya Roy Chowdhury Recording, Mix & Ma...
OKOLE OKOLE | RAJVEER | ASSAMESE LYRICAL MUSIC VIDEO
Переглядів 11 тис.2 місяці тому
OKOLE OKOLE | RAJVEER | ASSAMESE LYRICAL MUSIC VIDEO
THIKONA || RAJVEER || ASSAMESE SONG
Переглядів 79 тис.5 місяців тому
Project Kontho Audio Lyrics & Composition - Raj veer Guitar & Arrangements - Rishiraj Basu Recording, Mixing & Mastering - Rishiraj Basu Visual Cast - Dip, Sampreeth Banerjee , Soumodip Karmakar, Deborati Maitra Concept & Direction - Raj veer D.O.P - Soubik Debnath Art - Sampreeth Banerjee Light - Soumodip Karmakar Edit - Soubik Debnath Color - Sandipan Kar Ambience, Foley, dubbing recorded by ...
HOITO | RAJ VEER | ASSAMESE SONG (Official Music Video)
Переглядів 34 тис.6 місяців тому
Audio Lyrics & Composition - Raj veer Guitar & Arrangements - Rishiraj Basu Recording, Mixing & Mastering - Rishiraj Basu Visual Cast - Dishani, Sampreeth Banerjee Concept & Direction - Raj veer D.O.P - Soubik Debnath Edit - Soubik Debnath Colourist - Sandipan kar Photographer - Suvankar Das , Dev K DAS Produced By - Mrinmoy Dohutia SPECIAL THANKS - Music Mantra
AKHA | Rajveer | Assamese Song
Переглядів 184 тис.7 місяців тому
Audio Lyrics & Composition - Raj veer Guitar & Arrangements - Rishiraj Basu Recording, Mixing & Mastering - Rishiraj Basu Visual Cast - Sampreth Banerjee Concept & Direction - Raj veer D.O.P - Soubik Debnath Edit - Soubik Debnath Colourist - Sandipan Kar Photographer - Dev K Das
BONORIYA GAAN | Raj Veer | Assamese music video
Переглядів 439 тис.8 місяців тому
Lyrics & Composition - Rajveer Guitar & Arrangements - Rishiraj basu Flute - Sameer Ojha Recording, Mixing & Mastering - Rishiraj Basu Produced by Mrinmoy Dohutia Video Credits - Sourav Pandit Edit & Color - Arnab Khan Crew - Sampreth Banerjee Still Photography - Suvankar Das Location - PREVIEW JAMPAD STUDIO
RONGIN KOBITA || Rajveer || Virtual brothers ||Assamese song.#assam #assamesesong
Переглядів 2,3 тис.2 роки тому
Rongin Kobita lyrics - Raj veer music - virtual Brothers vocal - Raj veer Facebook page - musicrajveer/ Instagram- pCGVEUn6guXW/?igshid=YmMyMTA2M2Y=
Tumi ( তুমি ), Rajveer ||Avyc ||Assamese Song.
Переглядів 8 тис.2 роки тому
TUMI Lyrics- Dipankar Baruah , Raj veer Music - Avyc Flute - Sameer Rhythm - Raktim
❤
❤❤
Dada
My favourite song ever 🖤👌
Moi jetia hunisilu tetiya 500 view hua nasil aru aji lakh par hol 😌 .. keep up brother ❤
ua-cam.com/video/W0jXECu1Hi4/v-deo.htmlsi=kwafg2ROpFD1rHLk
👌👌👌👌👌
❤❤
❤
Ajihe olop hanti paisu...nohale kan gorom hoi goise bejerua bur huni huni ..❤❤❤❤
❤
❤
Big fan of your lyrics..
Pushpa song 🤡
❤
ধুনীয়া হল গান কেইটা।
Always best ❤
জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা মৰুভূমিত বিচাৰি ফুৰো চাদৰ খনি সেউজীয়া । (২) হেজাৰ আশা মৰহি যায় (সৰলতা কতেনো হেৰাই)২ আলহী পক্ষীতিয়ে বিষাদৰে গীত গাই অচিনাকি কোলাহল নিৰবতাই ঠাই পায় জোনাক বিচাৰি যাওঁ অমানিশা হাততে পাওঁ । জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা মৰুভূমিত বিচাৰি ফুৰো চাদৰখনি সেউজীয়া হেজাৰ আশা মৰহি যায় (সৰলতা কতেনো হেৰাই )২ সপোন মধুৰ স্মৃতি গধুৰ কোনে বুজে মোৰ কবিতাবোৰ শুকান পথাৰ উকা ভঁৰাল কোনে সোধে পেটৰ তাৰনাবোৰ । অ অ বৰৰ্ষা তুমিয়ে ভৰসা অ অ বৰৰ্ষা তুমিয়ে ভৰসা মোৰ হেজাৰ মৰহা আশা আকৌ জগাই তোলা। জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা মৰুভূমিত বিচাৰি ফুৰো চাদৰ খনি সেউজীয়া ।
Sorry dei bro moi kaku share naikora gaan tu nohole sobei story logai dibo jitu moi bisora nai , 1st moi logam tarpisot logabo bakibure 😊
বাস্তৱিকতা❤️
Moi akash sub bisaru dintut keibaru xunu .... carry on
Bro You're a Gem 💎 Love from Jorhat❤
❤❤
❤❤❤
❤❤
দাদা আপোনাৰ গীতৰ শব্দবোৰ বৰ শুৱলা। শুনি বহুত ভাল লগা।❤❤❤
বহুত বহুত ধুনীয়া লাগিল আৰু নতুন গীত শুনাৰ আশা থাকিল
Omg❤khub vl lgl❤❤❤❤
Uffff
Masterpieces 💌
❤❤
ৰৈ থাকিম দেই নতুন ৰ আশাত ❤❤
💚🫠
Plz jio tune t pam nki aitu gan Kunubai link tu diba sun
Bro your cinematography looks so good.
Dedicated to my love ❤️
Rajveer da❤ Vhl lagil gan tu huni💫✨
সাংঘাতিক ভাল লাগিল।
Bahot khundar bhal laga geet ti really and very heart touching also 😢❤❤
তোমাৰে দৰে হব নোৱাৰো তুমি এটা শিতল শিলৰ টোকুৰা , অবুজ আজি মোৰ হিয়া হেজাৰ জনৰ মাজত চিনাকি হোৱা ।। কত কাহিনী শুনা মুতলীয়া আকাশৰ তলত, দেউকা মেলি চালে বুজি পাও নিজক হৎঠাত !
সুন্দৰ কথা আৰু সুৰ । অপূৰ্ব 🎉🎉
Hridoy sui jai hunila ❤️❤️❤️
Emn dhunia k express korise....bah❤
Xuni thakileo amoni nlga gaan...bahut xundor...aru aguwai jaok❤
কি যে ধুনীয়া অনুভৱ... উফ্! সোঁতৰ বিপৰীতে থাকা তুমি ককাই... আৰু লাগে আমাক এনে সৃষ্টি।
Thikona bisari ataikeita xunilu vl lagil
❤❤❤❤❤