- 1 071
- 269 453
D Assam Today 24
India
Приєднався 12 лип 2022
হাজো ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত ৰূপালী জয়ন্তী মহোৎসৱৰ উপলক্ষে কাৰ্যনিৰ্বাহক সভা
হাজো ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত ৰূপালী জয়ন্তী মহোৎসৱৰ উপলক্ষে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়
#dassamtoday24 #news #assam
#dassamtoday24 #news #assam
Переглядів: 14
Відео
দক্ষিণ শালমাৰাত বিজেপিৰ উদ্যোগত মহিলা সজাগতা সভা
Переглядів 42 роки тому
দক্ষিণ শালমাৰাত বিজেপিৰ উদ্যোগত মহিলা সজাগতা সভা #dassamtoday24 #news #assam
ধুবুৰী জিলাৰ আগমনি অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ হেমাহি।
Переглядів 482 роки тому
ধুবুৰী জিলাৰ আগমনি অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ হেমাহি।বেমাৰী পশু ধন লৈ বিপাঙত ৰাইজ। #dassamtoday24 #news #Assam
৬০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাটমণ্ডল শ্বেখ
Переглядів 122 роки тому
৬০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাটমণ্ডল শ্বেখ #dassamtoday24 #news #Assam
আজিৰে পৰা আৰম্ভ হ'ল সোণতলী (স্বৰ্ণ)শাখা সাহিত্য সভাৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী
Переглядів 112 роки тому
আজিৰে পৰা আৰম্ভ হ'ল সোণতলী (স্বৰ্ণ)শাখা সাহিত্য সভাৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী। #dassamtoday24 #news #assam
হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত
Переглядів 72 роки тому
-হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত -অভিযানত জব্দ নগদ ধনসহ ৩২ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ -জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১.৭০ লা টকা #dassamtoday24 #news #Assam
এইবাৰ যোৰহাটৰ লাট মণ্ডল আব্দুল বাকী শ্বেখক হাতে-লোটে গ্ৰেপ্তাৰ
Переглядів 502 роки тому
এইবাৰ যোৰহাটৰ লাট মণ্ডল আব্দুল বাকী শ্বেখক হাতে-লোটে গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে লাটমণ্ডল শ্বেখক। #dassamtoday24 #news #assam
বশিষ্ঠ গংগা খ্যাত দিখৌ নদীত জাহ যোৱাৰ উপক্ৰম নাজিৰাৰ ঐতিহাসিক গৰখীয়া দ'ল
Переглядів 22 роки тому
বশিষ্ঠ গংগা খ্যাত দিখৌ নদীত জাহ যোৱাৰ উপক্ৰম নাজিৰাৰ ঐতিহাসিক গৰখীয়া দ'ল #dassamtoday24 #news #Assam
বিলাসীপাৰাবাসীৰ বাবে সু-খবৰ
Переглядів 32 роки тому
বিলাসীপাৰাবাসীৰ বাবে সু-খবৰ। বিলাসীপাৰাত পোন প্ৰথমবাৰৰ বাবে RCM ৰ WONDER WORLD QUICK নতুন চেন্টাৰ মুকলি। #dassamtoday24 #news #Assam
শুকুৰবাৰে হাজো আৰক্ষীৰ যান বাহনৰ ওপৰত তালাচি অভিযান
Переглядів 362 роки тому
শুকুৰবাৰে হাজো আৰক্ষীৰ যান বাহনৰ ওপৰত তালাচি অভিযান #dassamtoday24 #news #Assam
বিলাসীপাৰাত বিশেষ সজাগতামূলক কাৰ্য্যসূচী
Переглядів 82 роки тому
বিলাসীপাৰাত বিশেষ সজাগতামূলক কাৰ্য্যসূচী #dassamtoday24 #news #Assam
বিলাসীপাৰাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মইমতালি
Переглядів 52 роки тому
বিলাসীপাৰাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মইমতালি শিক্ষাৰ নামত তালিবানী শাস্তিৰ অভিযোগ অভিভাৱকৰ #dassamtoday24 #news #assam
' লভিতা' নাটকৰ বিকৃত উপস্থাপনক লৈ সৰৱ বীৰ লাচিত সেনা
Переглядів 282 роки тому
' লভিতা' নাটকৰ বিকৃত উপস্থাপনক লৈ সৰৱ বীৰ লাচিত সেনা #news #dassamtoday24 #assam
বৃহস্পতিবাৰে হৰি নামেৰে মুখৰিত পৈলানীৰ শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ প্ৰাংগন
Переглядів 32 роки тому
বৃহস্পতিবাৰে হৰি নামেৰে মুখৰিত পৈলানীৰ শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ প্ৰাংগন #dassamtoday24 #news #Assam
মানকাচৰ আৰু দক্ষিণ শালমাৰা একমাত্ৰ সংযোগী পথৰ দুৰবস্তাৰ বাবে জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজ
Переглядів 12 роки тому
মানকাচৰ আৰু দক্ষিণ শালমাৰা একমাত্ৰ সংযোগী পথৰ দুৰবস্তাৰ বাবে জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজ #dassamtoday24 #news #Assam
BJPৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ অংকুৰ গুপ্তাই আক্ৰমণ চলাই সাংবাদিকৰ ওপৰত
Переглядів 52 роки тому
BJPৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ অংকুৰ গুপ্তাই আক্ৰমণ চলাই সাংবাদিকৰ ওপৰত
বৰপেটাৰ শ্ৰীশ্ৰী বংশীগোপাল ধাকুৰাপাৰা সত্ৰই আয়োজন কৰে দধিমথন ভাওনা
Переглядів 52 роки тому
বৰপেটাৰ শ্ৰীশ্ৰী বংশীগোপাল ধাকুৰাপাৰা সত্ৰই আয়োজন কৰে দধিমথন ভাওনা
গংগাধৰ নৈৰ কাল গৰাখহনীয়াই সৰ্বহাৰা কৰিলে অসম-বংগ সীমান্ত গাঁওৰ শ-শ পৰিয়ালক
Переглядів 72 роки тому
গংগাধৰ নৈৰ কাল গৰাখহনীয়াই সৰ্বহাৰা কৰিলে অসম-বংগ সীমান্ত গাঁওৰ শ-শ পৰিয়ালক
দক্ষিণ শালমাৰা মানকাচৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ
Переглядів 42 роки тому
দক্ষিণ শালমাৰা মানকাচৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ
এজাক বৰষুণতে উটি গ'ল গৌৰীপুৰৰ ৫নং ৱাৰ্ড
Переглядів 772 роки тому
এজাক বৰষুণতে উটি গ'ল গৌৰীপুৰৰ ৫নং ৱাৰ্ড
আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা 'লভিতাক' লৈ যোৰহাটত তীব্ৰ প্ৰতিবাদ
Переглядів 72 роки тому
আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা 'লভিতাক' লৈ যোৰহাটত তীব্ৰ প্ৰতিবাদ
নাজিৰাত কোঁচ ৰাজবংশীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা
Переглядів 92 роки тому
নাজিৰাত কোঁচ ৰাজবংশীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা
যোৰহাটত জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী
Переглядів 82 роки тому
যোৰহাটত জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী
মানকাচৰৰ নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ ৰূপ
Переглядів 92 роки тому
মানকাচৰৰ নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ ৰূপ
এসময়ৰ ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্ নিয়তি বৰ্মনে কটাইছে দুৰ্বিসহ জীৱন
Переглядів 82 роки тому
এসময়ৰ ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্ নিয়তি বৰ্মনে কটাইছে দুৰ্বিসহ জীৱন
দক্ষিণ শালমাৰাত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Переглядів 212 роки тому
দক্ষিণ শালমাৰাত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নাজিৰাৰ মেকিপুৰ বাগানত মুণ্ডহীন মৃতদেহ উদ্ধাৰ
Переглядів 712 роки тому
নাজিৰাৰ মেকিপুৰ বাগানত মুণ্ডহীন মৃতদেহ উদ্ধাৰ
বকোৰ অন্তৰ্গত ২নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালৰ প্ৰধান শিক্ষকৰ বিদায়ী সভা
Переглядів 72 роки тому
বকোৰ অন্তৰ্গত ২নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালৰ প্ৰধান শিক্ষকৰ বিদায়ী সভা
মহানগৰীৰ বোন্দা আইকণ ক্ৰিকেট একাডেমিত বেটিং প্ৰশিক্ষক সিদ্ধেশ্ব দীনেশ লাড
Переглядів 112 роки тому
মহানগৰীৰ বোন্দা আইকণ ক্ৰিকেট একাডেমিত বেটিং প্ৰশিক্ষক সিদ্ধেশ্ব দীনেশ লাড
জোতা পিন্ধিছ,লংপেণ্ট পিন্ধিছনে নাই?সকলো থাকিলেও যদি লংপেণ্ট পিন্ধা নাই তেতিয়াও জৰিমনা৷
Aamar tezpur khonot he bodnam korili dhemaji pora aahi
😎
😀😀😀 good dada
Aha I Hindu habbahta
Eak goro piton dibo lage
Nai, eibur lorak direct police join korai dibo lage, jihetu hihotor eta sokh ase bhobisyote loratu dexhor karone bhal kam koribo bakibur public ki koi.
আলফা কাৰ কাৰণে কাম কৰিছে?? যদি কাম কৰিছে তেন্তে চৰকাৰৰ ওচৰত উত্তৰ বিচাৰি যোৱা নাই কেলেই । এনেই public ৰ ওপৰত বিপদ হব আলফাই action ললে দায়ী কোন হব চৰকাৰ নে News gang বোৰ???
💄💄💄 😜😜😜
Job napali ankuwai hb
Kiaa manim
এনে সাক্ষাৎ কাৰ অৰ্থহীন । এক ধৰণৰ মূৰ্খামী । কাৰণ আলফাৰ বন্ধ সমৰ্থন কৰো বুলি ক'লেই তেওঁ জেললৈ যাব লাগিব । গতিকে কোনোবাই সমৰ্থন কৰিব বুলি মূৰ্খ সাংবাদিকেহে এনে সাক্ষাৎকাৰ প্ৰচাৰ কৰে ।
Ketiyaba. Kisuman. Lora bure. Army. Long. Pant Pindha. Dekhu. 😢😢😢😢😢
Sakti ase buli dekhueboloi rajniti kori keijonman MLA aru Minister logot alusona rajonoitik munapar babe eibur bondha diya hoi
Sarkari bondho LockDown t HOTEL TZ-vivanta khula asil, bt evng olop cycle solaute 500 toka mor pora fine loixl, So etc
Zinda bad-Zinda bad
Ulfay Bandho diouk ba nidiok.. 15augsot dekhun sob bndh thakei. Juwa bsr nu Kunsa bndh disile. Tothapi dekhun bndh a asile. Moi Udalgurir pora Rongia trenere goisilu. Moi utha daba tut matro 3jon manuh. News bilake anei til tuke bill bnay thake.
Indian army 🪖 main
Fouji vai Alfa k mariba lage
Tur baperek marile val paba kukur
B my
Karobar gharat atokao naai, ako karobar gharat,pagharat,toiletat bundle bundle corruptionar taka. This is the destiny
ভাল লাগে আলফাক
♥️♥️
এই মালটো মানে কি দুই বছৰ আগত ips আছিল এতিয়াৰ আকৌৰ ক’ৰ পৰা si হলে এই গৰুটোৰ ইয়াক গোতেই জীৱন জেলত ভৰাই থবৰ লাগে
Bojaror hongbad
Moi alfak bhal pao, but teolokok request koru je bondho to uthai lok.
E betai agotu suwali case t jailot goise
ইমান দিনে গুৱাহাটী, মাজুলী আদি ঠাইত পংকজে অপৰাধ কৰি আছে অসম পুলিচে গমেই পোৱা নাই ।
😂🤣
Good
Ulfa k support kora keita atiya kot gol.....
Lukai gol. Ghoinee hotor mekhela tolot.
Jehen sihot journalist nohoi advocate hein.hei karone xome journalist r respect nai
😂😂😂
ai chanel2 pabot goja
bandho hobo lage
Ftua news
এইতু কনে কথা চৰকাৰে কতকা বিতৰণ।আন ফালে আলফাৰ বন্ধ ঘোষনা।
Bandha namano . Pares baruar rules jungle t amar eiat nahay
He is mad for police. But he never do hardwork. I think he is cyco.
Na manu dei kunu bondho
শান্তি থকা বিচাৰিব লাগে এই বোৰ বাতৰি বনাই নেকি
Dhonukak dhoriboloi nkowo kiyo, ei bur baje news bad de hot.
😎😜😆🤣😭😀🔥
আমি স্বাধীনে আছিলো, কিন্তু বিজেপি অহাৰ পাছত পৰাধীন হ'লো আকৌ । বৃটিছ হিটলাৰ সকলোৰে ওপৰত বিজেপি, আলফাৰ কথা আমি নামানো, কিন্তু আলফাই নক'লেও এতিয়া আমি পৰাধীন, ভীক্ষাৰী । এইবোৰ বিজেপিৰ মেকিং বাতৰি-
bondho nohoy
Alfred bondo Ami namanu.
১১/৮/২২আফগানি
অসমৰ অঘৰী, ভূমিহীন খিলঞ্জীয়া মানুহৰ দুখ দুৰ্গতি দেখি মোৰ পতাকা উত্তোলন কৰাৰ ইচ্ছা একেবাৰে নাই ,ৰং তামাচা উৎসৱ এইবোৰ কৰিলে তেখেতলোকক ঠাট্টা কৰাৰ দৰে হব।
হয়। ,, কথা কলে বহুত ,,,,,,,, কলে জেল হৱ মোৰ ।
Ulfa assomor karone eku km ni kora. Balor bondha. Ulfa i iligel Bangladeshi k support kore
Phone No aru Bank Acc No kio nidie?
Ulfa nohoi balfa. Sukafa, sudangfa, sulfa, lai lofa suka paleng lofa eakeloge bondha dileu aaammmiii nemanu. Gahori hongothon.
আলফাই দুখীয়া মানুহৰ কাৰণে কিবা এটা কৰক লগতে অসমবাসীৰ বাবে।
Bal koribo mingimahar bonkhodhar 2e.