jadavhazarika creation
jadavhazarika creation
  • 55
  • 128 786
পুতনা বধ
যোৰহাট জিলাৰ ন-আলি ঢেকিয়াজুলি তুৱাকান্ত নাট্য মঞ্চত এই বছৰ (২০২৪) শ্ৰীকৃষ্ণৰ ৰাসলীলাত আমাৰ জী আন্নেষা হাজৰিকা আৰু সহ শিল্পী সকলৰ অভিনয়।
Переглядів: 24

Відео

দধিমথন,
Переглядів 9День тому
যোৰহাট জিলাৰ ন-আলি ঢেকিয়াজুলি তুৱাকান্ত নাট্য মঞ্চত এই বছৰ (২০২৪) শ্ৰীকৃষ্ণৰ ৰাসলীলাত আমাৰ জী আন্নেষা হাজৰিকা আৰু সহ শিল্পী সকলৰ অভিনয়।
"শ্যাম মূৰুতি পীত ......
Переглядів 8814 днів тому
মহাপুৰুষ শঙ্কৰদেৱৰ কেলিগোপাল বা ৰাসক্ৰীড়া অঙ্কীয়া নাটৰ গীত "শ্যাম মূৰুতি পীত অম্বৰু লাসা ..", শিল্পী অভিজিৎ হাজৰিকাৰ কন্ঠত বৰ সুন্দৰ হৈছে। গীতটি ভাল লগাৰ বাবে আজি ৰাসপূৰ্ণিমা আৰু সত্ৰীয়া সংস্কৃতি দিৱস উপলক্ষে সাধাৰণ ভাৱে নাচি আগবঢ়াই দিলোঁ। Abhijeet Hazarika লৈ গীতটিৰ বাবে ধন্যবাদ জনালোঁ।
ৰজাঘৰীয়া চালি নাচ।
Переглядів 582 місяці тому
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ, মহিমাবাৰী, তিতাবৰত শংকৰদেৱৰ তীৰোভাৱ তিথিৰ থাপনিৰ দিনা ঘাই শাস্ত্ৰ কীৰ্তন ঘৰত স্থাপন কৰাৰ পিছত ভক্তিভাৱেৰে পৰিৱেশিত চালি নৃত্য।
গুৰুবন্দনা
Переглядів 2433 місяці тому
দেৱীচৰণ বৰুৱা কন্যা মহাবিদ্যালয়ৰ নৱাগত সভাত শিল্পী অন্নেষাই মাধৱ মহাপুৰুষৰ শঙ্কৰদেৱ বন্দনা (ভটিমা) ভাগিক নৃত্যৰে উপস্থাপন কৰে‌। ২২/০৮/২০২৪
গোঁসাই প্ৰৱেশ নৃত্যৰ আখৰাৰ ভিডিঅ'
Переглядів 713 місяці тому
উন্মীলন সংগীত বিদ্যালয়, মৰিয়নী "গোঁসাই প্ৰৱেশ"ৰ নৃত্যৰ আখৰা।
সত্ৰীয়া সংস্কৃতিৰ এক সুন্দৰ সম্ভাৰ "সত্ৰীয়া ওজাপালি"
Переглядів 1114 місяці тому
সত্ৰীয়া সংস্কৃতিৰ এক সুন্দৰ সম্ভাৰ "সত্ৰীয়া ওজাপালি" সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুস্থিত কৰ্মশালাৰ শিকাৰু সকলৰ সত্ৰীয়া ওজাপালিৰ এটি অংশ।
"শিল্পীৰো আছে এখন ঘৰ" যাদৱ হাজৰিকাৰ এটি কবিতা। আবৃত্তি -দিলীপ বৰা
Переглядів 50Рік тому
Created by V Recorder:play.google.com/store/apps/details?id=screenrecorder.recorder.editor
বিশ্বৰ ছন্দে ছন্দে -
Переглядів 94Рік тому
Video from Jadav Hazarika , Artist - Anne's Hazarika
লীলা নৃত্য
Переглядів 3102 роки тому
যাদৱ হাজৰিকা, ৰাসৰ নৃত্য, বৰামাৰী ৰঙ্গমঞ্চ, ২০২২ চন
ৰাসৰ এটি নৃত্যৰ কিয়দাংশ : লীলা নৃত্য
Переглядів 592 роки тому
ভগৱানে ধৰাধামত অৱতাৰ লৈ কেনে লীলা প্ৰকাশ কৰিব তাৰ আভাষ বিচৰাত নাৰায়ণে নাৰদৰ আগত কৃষ্ণ লীলাৰ এটি আভাষ দিয়ে, এয়াই "লীলা নৃত্য" শিল্পী : যাদৱ হাজৰিকা গীতৰ ৰচন,সুৰ আৰু কন্ঠ : ৰাজেন শইকীয়া। নৃত্যটি ন আলি ঢেকিয়াজুলি ৰাসৰ।
ধৰিত্ৰী নৃত্য,
Переглядів 2472 роки тому
দানৱাসুৰৰ কবলৰ পৰা সৃষ্টিক উদ্ধাৰৰ বাবে মহাদেৱ আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাক ধৰিত্ৰীৰ আকুল আহ্বান। পৰিৱেশন : অন্নেষা হাজৰিকা নৃত্য সংৰচনা : যাদৱ হাজৰিকা সংগীতাংশ : ন আলি ঢেকিয়াজুলি যুৱ সংঘৰ সৌজন্যতা।
"মোহন কানাই" মহাবীৰ প্ৰডাকচনৰ নিৱেদন।
Переглядів 2582 роки тому
শ্ৰীকৃষ্ণৰ বাল্য লীলাৰ ওপৰত আধাৰিত কাহিনী চিত্ৰ। পৰিচালনা : যাদৱ হাজৰিকা আৰু পি কাকতি চিত্ৰ গ্ৰহণ আৰু কাৰিকৰী নিৰ্দেশনা : সীমান্ত ফুকন। সঙ্গীত : বিপুল বুঢ়াগোহাঁই
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ গায়ন বায়ন আৰু বাহাৰ নৃত্য :
Переглядів 2542 роки тому
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ গায়ন বায়ন আৰু বাহাৰ নৃত্য :
অন্নেষা হাজৰিকাৰ এটি আধুনিক নৃত্য
Переглядів 2552 роки тому
অন্নেষা হাজৰিকাৰ এটি আধুনিক নৃত্য
"জয় গুৰু শঙ্কৰ- - " গুৰু ভটিমা
Переглядів 4172 роки тому
"জয় গুৰু শঙ্কৰ- - " গুৰু ভটিমা
"মোহন মনোহৰ" বৰগীতৰ অভিনয় ।
Переглядів 4242 роки тому
"মোহন মনোহৰ" বৰগীতৰ অভিনয় ।
Rongali (Assamese Bihu )
Переглядів 3412 роки тому
Rongali (Assamese Bihu )
সত্ৰীয়া নৃত্যৰ অনুষ্ঠান - পৰিৱেশনত : অন্নেষা হাজৰিকা ।
Переглядів 582 роки тому
সত্ৰীয়া নৃত্যৰ অনুষ্ঠান - পৰিৱেশনত : অন্নেষা হাজৰিকা ।
কবিতা আবৃত্তি : আন্বেষা হাজৰিকা
Переглядів 1613 роки тому
কবিতা আবৃত্তি : আন্বেষা হাজৰিকা
২০ নং খণ্ড কল্যাণ খৰমান উপন্যাসৰ পাঠ ।
Переглядів 543 роки тому
২০ নং খণ্ড কল্যাণ খৰমান উপন্যাসৰ পাঠ ।
শ্ৰী কৃষ্ণৰ বাল্য লীলাৰ এটি ৰাসৰ দৃশ্য
Переглядів 3183 роки тому
শ্ৰী কৃষ্ণৰ বাল্য লীলাৰ এটি ৰাসৰ দৃশ্য
শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এটি আকৰ্ষণীয় দৃশ্যাংশ কৃষ্ণৰ ঊৰুখলে বন্ধন ।
Переглядів 873 роки тому
শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এটি আকৰ্ষণীয় দৃশ্যাংশ কৃষ্ণৰ ঊৰুখলে বন্ধন ।
কীৰ্তন পাঠ - শিল্পী - মিতালি দে ।
Переглядів 403 роки тому
কীৰ্তন পাঠ - শিল্পী - মিতালি দে ।
"আনন্দে গোৱিন্দে বাই বৃন্দাবনে বেনু"
Переглядів 64 тис.4 роки тому
"আনন্দে গোৱিন্দে বাই বৃন্দাবনে বেনু"
"আগোমাই তোহাৰি তনয় যদুমণি"
Переглядів 2,6 тис.4 роки тому
"আগোমাই তোহাৰি তনয় যদুমণি"
কালি শিৰে নাচে কৃষ্ণ ,
Переглядів 55 тис.4 роки тому
কালি শিৰে নাচে কৃষ্ণ ,
"কল্যাণ খৰমান" উপন্যাসৰ ২০ নং খণ্ড ।
Переглядів 184 роки тому
"কল্যাণ খৰমান" উপন্যাসৰ ২০ নং খণ্ড ।
"কল্যাণ খৰমান" উপন্যাসৰ ১৯ নং খণ্ড
Переглядів 144 роки тому
"কল্যাণ খৰমান" উপন্যাসৰ ১৯ নং খণ্ড
নাদুভঙ্গী নৃত্যৰ ৰামদানি আংশ
Переглядів 3174 роки тому
নাদুভঙ্গী নৃত্যৰ ৰামদানি আংশ

КОМЕНТАРІ